গহপুৰত প্ৰস্তাৱিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।