প্ৰাণৰ শিল্পীৰ নামত উচৰ্গিত এখন ফুটবল টুৰ্ণামেণ্ট ৷ মেচত জাগীৰোড প্লাজা এফচিক ২/১ গল ব্যৱধানত হৰুৱাই চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে মেঘালয়ৰ লাষ্টকিং এফচিয়ে ৷