অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ ৰণডংকা অসমত পূৰ্ণগতিত আৰম্ভ হোৱাৰ সময়তে অসমৰ বুধবাৰে বিৰোধীৰ বিধায়ক অখিল গগৈয়ে মুম্বাইত সাক্ষাত কৰিলে এন চি পিৰ নেতৃত্বক ৷