এহেজাৰ হেংদাং লৈ লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি জামুগুৰিহাটত ৷ লাচিতৰ ৰূপত এহেজাৰ সুঠাম যুৱক উঠিব বিশাল নাৱত ৷ অসম বুক অব ৰেকৰ্ডছ গঢ়াৰ পৰিকল্পনা ৷