"অসমৰ জনপ্রতিনিধি কোন হ'ব সেইটো খিলঞ্জীয়া ভোটাৰে নিৰ্ধাৰণ কৰিব । আমাৰ ৰাজনৈতিক অধিকাৰ বহিঃৰাজ্যৰ ভোটাৰক সাব্যস্ত কৰিব নিদিওঁ ।" উৎপল শৰ্মাৰ স্পষ্ট মত ।