দেশৰ নিৰ্বাচন আয়োগ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৱাহাটীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ । যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিসহ বহু সংখ্যক প্ৰতিবাদকাৰীক আটক ৷