Surprise Me!

অস্তিত্বৰ গৰাহত ব্ৰিটিছ যুগৰ খাৰ ঘৰ, আজিও ইতিহাসৰ বহু যুঁজৰ নীৰৱ সাক্ষী

2025-11-24 30 Dailymotion

ব্ৰিটিছে শিলঘাটৰ কামাখ্যা পাহাৰত নিৰ্মাণ কৰিছিল খাৰ-বাৰুদ ঘৰটো । সংৰক্ষণৰ অভাৱত সম্প্ৰতি বিধ্বস্ত ৰূপ লৈছে ঘৰটোৱে ।