মাজুলীত এতিয়া পুৱা-গধূলি পক্ষীৰ কাকলিত মুখৰিত হয় আকাশ-বতাহ ৷ পৰিভ্ৰমী পক্ষীসমূহক যাতে কোনো দুষ্কৃতিকাৰীয়ে নিধন কৰিব নোৱাৰে, তাৰ বাবে বন বিভাগে কৰিছে পহৰাৰ ব্যৱস্থা ।