Surprise Me!

অসম চাহ নিগমৰ বাগিচাত অচলাৱ স্থা; দুদিনীয়া প্ৰতিবাদত বহিছে কৰ্মচাৰী

2025-11-25 2 Dailymotion

প্ৰতিবাদী কাৰ্যসূচী হিচাপে দুদিনীয়াকৈ কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্মচাৰীসকলে ৷ ফলত স্তব্ধ হৈ পৰিছে অসম চাহ নিগমৰ অধীনৰ বাগিচাসমূহৰ কাম-কাজ ।