Surprise Me!

প্লাষ্টিকৰ চকী ৫,৫০২ টকা, টেবুলৰ দাম ১২,৮১৮ টকা; আচৰিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী

2025-11-28 5 Dailymotion

উত্তপ্ত তেজপুৰ বিশ্ববিদ্যালয় । এইবাৰ আচবাব ক্ৰয়ত বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।