আহোম ৰাজত্বকালৰ প্ৰথমগৰাকী স্বৰ্গদেউৰ পৱিত্ৰ সমাধিস্থল ২০১৫ বৰ্ষত উদ্ধাৰ হৈছিল । সংৰক্ষণ নকৰাত ক্ষোভ কোঁৱৰ বংশাৱলীৰ সদস্যৰ ।