৮ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহি আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠশিল্পী প'ষ্ট মেলন । মেলনক আদৰিবলৈ খানাপাৰাত প্ৰস্তুতি তুংগত ।