শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে নিৰ্মাণ কৰিলে এটা ৰবট । যি ৰবটে শিক্ষকৰ সমানে সমানে পঢ়ুৱাইছে ।