তেজপুৰ বিশ্ববিদ্যালয়ৰ কোনো প্ৰশাসনিক দায়িত্বত নাথাকিব শম্ভুনাথ সিং । নিশা যৌথ সচিবৰ লিখিত প্ৰতিশ্ৰুতি । বাহাল থাকিব এক্টিং উপাচাৰ্য ডি কে ভট্টাচাৰ্য ।