এখন গ্ৰন্থমেলা । আপুনি সোমাওক আৰু পচন্দৰ গ্ৰন্থখন লৈ ওলাই যাওক । লখিমপুৰৰ পৰা অসমৰ বৌদ্ধিক ক্ষেত্রলৈ এক ব্যতিক্রমী বাৰ্তা ।