গুৱাহাটীলৈ চাকিৰাক অনাৰ মন মুখ্যমন্ত্ৰীৰ । ফেব্ৰুৱাৰীতে সেই সুবিধা আছিল যদিও অহা বছৰ নহ'লেও দুবছৰ পিছত হ'লেও চাকিৰাক অনাৰ ইচ্ছা মুখ্যমন্ত্ৰীৰ ।