কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এবছুৰ দাবীসমূহ ৰূপায়ণৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে সংগঠনটোৱে সাময়িকভাৱে স্থগিত ৰখা পৃথক বড়োলেণ্ড দাবীৰ আন্দোলন পুনৰ আৰম্ভ কৰিব ৷