জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ চৰকাৰক সমালোচনা অখিল গগৈৰ ৷ ছিঙ্গাপুৰৰ য়াটৰ কেপ্তেইনৰ সাক্ষ্য নোলোৱাকৈ দিয়া চাৰ্জশ্বীটখন কল্পকাহিনী মাত্ৰ বুলি মন্তব্য গগৈৰ ।