শ্ৰীভূমিৰ এগৰাকী মহিলাক ‘কা’ অধীনত নাগৰিকত্ব প্ৰদান । বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰি ‘কা’ৰ অধীনত নাগৰিকত্ব লাভ কৰা তেওঁ অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা ।