৫০বিঘা মাটিত কৰিছে আলু, সৰিয়হ, ৰঙলাউ আৰু নহৰু খেতি কৰিছে মাজুলীৰ আছুনেতাই । কথাৰে নহয়, কামেৰে কৰি দেখুৱাই আনকো দিছে স্বাৱলম্বী হোৱাৰ মন্ত্ৰ ৷