ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ তৃতীয়টো মৃতদেহ । দিল্লীৰ গুড়গাঁৱৰ সাগৰ গৌতম বুলি চিনাক্ত । এতিয়াও সন্ধান নাই নিৰুদ্দিষ্ট অভিজিত চৌধুৰী আৰু উমেশ কুমাৰৰ ।