অতীতৰ পৰম্পৰা ৰক্ষা কৰি মিচিং জনগোষ্ঠীৰ কিপাৰত ধান-চাউল খুন্দা পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াস জোনাইৰ গ্ৰামাঞ্চলত । শাহু-বোৱাৰীৰ এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনাবিল আনন্দ ।