ব্ৰহ্মপুত্ৰ ভেলী এৰ'মেটিক্স অইল ইণ্ডাষ্ট্ৰীজ নামৰ কৃষিভিত্তিক উদ্যোগেৰে ৰঞ্জিত কুমাৰ বৰাই দেখুৱাইছে সফলতাৰ পথ ।