প্ৰধানমন্ত্রী মোদীয়ে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত 'শ্বহীদ স্মাৰক ক্ষেত্ৰ' পৰিদৰ্শন কৰি ৮৬০ গৰাকী বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি তর্পণ কৰে ৷