কলিয়াবৰৰ মৌচন্দা পথাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৪.৪৫ কিলোমিটাৰ দৈৰ্ঘৰ এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।