জুবিন গাৰ্গ হত্যাকাণ্ডৰ ন্যায়িক যুঁজখন বিষয় হিচাপে লৈ জ্যোতি চিত্ৰবনত সংবাদমেল । প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ সন্দৰ্ভত বিশেষ আদালতৰ দাবী ।