এই বাদুলী সাম্ৰাজ্যত আছে ২০-২৫ হাজাৰ বাদুলী । হাবিত পাব কমলা, তামোল, নাৰিকল, কল, মাছ, বিভিন্ন শাক-পাচলি । প্ৰকৃতিপ্ৰেমৰ এক বিৰল নিদৰ্শন এটা পৰিয়ালৰ ।