সমাগত বিধানসভা নিৰ্বাচন । এনে সময়তে প্ৰাসংগিক হৈ পৰিছে ভোটাৰে কি পালে, নাপালে বিগত কাৰ্যকালত ? ৰঙিয়া সমষ্টিৰ একাংশ ভোটাৰৰ মনৰ কথাৰে এক প্ৰতিবেদন ।