Surprise Me!

বিফলতাৰ বুকুতো ৰচিত হ'ল সফলতাৰ ইতিহাস: মহাকাশ গৱেষণাত অসম ডনবস্ক' বিশ্ববিদ্যালয়ৰ সবল খোজ

2026-01-12 4 Dailymotion

অসমৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত এক নতুন অধ্যায় । উত্তৰ-পূবৰ প্ৰথমটো বেচৰকাৰী উপগ্ৰহ 'লাচিত-১' নিৰ্মাণ কৰি মহাকাশ গৱেষণাত ডনবস্ক' বিশ্ববিদ্যালয়ৰ মাইল খুঁটি স্থাপন ।