কংগ্ৰেছৰ বৰঘৰত জ্বলোৱা জুই নুমুৱাবলৈ ব্যস্ত হৈ পৰিছে জ্যেষ্ঠ কংগ্ৰেছীসকল । যোগদান কৰিয়েই কংগ্ৰেছত অপ্ৰিয় হৈ পৰিছে ৰেজাউল কৰিম সৰকাৰ ।