গুৱাহাটী আৰু কলকাতাৰ মাজত দূৰত্ব ৯৭২ কিলোমিটাৰ । বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছৰ যোগেদি ১৪ ঘণ্টাত এই দূৰত্ব অতিক্ৰম কৰিব পৰা যাব ।