ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে । ৬৯৫ কোটি টকাৰে পুখুৰী খন্দা কামৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰীয়ে ।