Surprise Me!

মৃত বুলি জীৱিত ব্যক্তিৰ নাম কৰ্তন, ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণে লগাইছে আউল

2026-01-22 0 Dailymotion

তেজপুৰ–ঢেকীয়াজুলিত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ উত্তেজনা । তেজপুৰত ১২০জন খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ অভিযোগত তীব্ৰ প্ৰতিবাদ ।