Surprise Me!

জুনিয়ৰ মিছ ইণ্ডিয়া সংযুক্তা শ্যামৰ নাম সোমাল ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত

2026-02-02 17 Dailymotion

১০ বছৰ বয়সত 'জুনিয়ৰ মিছ ইণ্ডিয়া' খিতাপ লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে কণমানি সংযুক্তাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় ৷