অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰতিনিধি সভাত সভাপতিৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱক লৈ তীব্র উত্তেজনাময় পৰিবেশৰ সৃষ্টি হৈছিল ৷