Surprise Me!

কেৰ্কেটুৱাৰ দৰে বগাই নিমিষতে গছত উঠিল সিংহৰ পোৱালি : ভাইৰেল হ'ল ভিডিঅ'

2026-02-03 7 Dailymotion

সাধাৰণতে সিংহ বা বাঘে নিজৰ হাতোৰা চিকাৰৰ বাবে উপযুক্ত কৰি তুলিবলৈ গছত আঁচোৰে আৰু তেনেদৰেই নিজৰ হাতোৰা মজবুত কৰে ।