Surprise Me!

মই শোষিত, বঞ্চিত মানুহৰ কথাবোৰ ক'ব বিচাৰোঁ: জ্ঞানশ্ৰী বৰা

2026-02-03 5 Dailymotion

পুনৰ ৰাজনীতিলৈ উভতিল অধ্যাপিকা জ্ঞানশ্ৰী বৰা । সমাজত শোষিত, লাঞ্ছিত, বঞ্চিত ৰাইজৰ সমস্যাই হ'ব জ্ঞানশ্ৰী বৰাৰ ৰাজনীতিৰ লক্ষ্য আৰু উদ্দেশ্য ।