Surprise Me!

বৰলুইতৰ চাপৰিত শিক্ষিত যুৱকে ৰচিছে সপোন, ৮০০০ বিঘা ভূমিত কৃষি বিপ্লৱ

2026-02-09 3 Dailymotion

২০০০ বিঘাত কল খেতি, ১০০০ বিঘাত বগৰী খেতি কৰি দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন ।