Surprise Me!

অসমৰ সমাজ, সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাক বিশ্বৰ আগত লজ্জানত কৰিলে মুখ্যমন্ত্ৰীয়ে : লুৰীণজ্যোতি গগৈ

2026-02-11 0 Dailymotion

‘‘২৬ ৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ভীতিগ্ৰস্ত হৈ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ নাটক কৰিছে । ১০ দিনৰ ভিতৰত বিৰোধীৰ আসন ভাগ-বাটোৱাৰা হ'ব’’ -মন্তব্য লুৰীণজ্যোতি গগৈৰ ।