মুখ্যমন্ত্ৰীৰ ৫০০ কোটিৰ মানহানি গোচৰত ন্যায়ালয়ৰ গুৰূত্বপূৰ্ণ নিৰ্দেশ । মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ সম্পত্তিক লৈ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈ, জীতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলে ।