মাজুলীত 'সময় পৰিৱৰ্তনৰ' যাত্ৰা লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ । সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ ।