ঘোষণা হ'ল নৱম অসম ৰাজ্যিক চলচিত্ৰ বঁটা । টিংখাঙত সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰিলে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ।