পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল অষ্টদশ আন্তঃজাতিক গুৱাহাটী চলচ্চিত্র মহোৎসৱ । ১৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া মহোৎসৱত প্ৰদৰ্শিত হ'ব দেশ-বিদেশৰ ১৬ খন ছবি ।