শনিবাৰে লখিমপুৰত কংগ্রেছৰ 'সময় পৰিৱৰ্তনৰ' যাত্ৰাত গৌৰৱ গগৈ, ৰকিবুল হুছেইন, ৰাণী নৰহ আদি কেইবজনো দলীয় নেতৃত্বৰ লগতে শ শ দলীয় কৰ্মীয়ে অংশগ্রহণ কৰে ।