Surprise Me!

চুন্না মিঞা মন্দিৰ ! হিন্দু-মুছলিম ৰাজনৈতিক বিষবাষ্পৰ বিপৰীতে সম্প্ৰীতিৰ অনন্য নিদৰ্শন

2026-02-19 0 Dailymotion

বেৰেলীৰ লক্ষ্মী নাৰায়ণ মন্দিৰক (চুন্না মিঞা মন্দিৰ) সামাজিক সম্প্ৰীতি আৰু গংগা-যমুনা সংস্কৃতিৰ এক অনন্য উদাহৰণ হিচাপে গণ্য কৰা হয় ।