২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশলৰ অংশ স্বৰূপে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী