Surprise Me!

প্ৰাৰ্থীক জানো আহক: গোলাঘাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াক জানো আহক

2026-03-05 5 Dailymotion

১৯৯৬ চনত বিজেপিত যোগদান কৰা বিতোপন শইকীয়াই ১৯৯৬ চনত গোলাঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছ প্ৰাৰ্থী অজন্তা নেওগৰ হাতত ৫০০০ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল ।