Surprise Me!

তেলে পানীয়ে মিলি একাকাৰ অৱস্থা ! ৰ‍াজ্যসভাৰ তৃতীয়খন আসনৰ বাবে প্ৰমোদ বড়োলৈ সমৰ্থন এ আই ইউ ডি এফ বিধায়কৰ

2026-03-05 1 Dailymotion

প্ৰমোদ বড়োৰ মনোনয়ন পত্ৰ জমা দিবলৈ প্ৰয়োজন হোৱা ২০ গৰাকী সমৰ্থক বিধায়কৰ তালিকাত এ আই ইউ ডি এফৰ বিধায়কৰ নামো আছে ।