"সমষ্টিৰ ৰাইজৰ লগত মই জীয়ৰী হৈ থাকিম । এতিয়ালৈকে ৰাজনীতিলৈ অহাৰ তেনে কোনো সংকল্প নাই । দেউতাৰ সঁহাৰি হৈয়েই থাকিম বুলি ভাবিছোঁ ।"-ধ্যানী মহন ।