Surprise Me!

মুখ্যমন্ত্ৰী মহোদয়, কিবা এটা কৰি আমাক ইয়াৰ পৰা উলিয়াই নিয়ক... ডুবাইত আবদ্ধ ১৮ অসমীয়াৰ কাতৰ আহ্বান

2026-03-07 11 Dailymotion

যুদ্ধই পেলালে বিপদত ৷ সামাজিক মাধ্যমত আপলোড কৰিলে ভিডিঅ' ৷ হাতত থকা টকা-পইচা, দৰৱ সকলো শেষ হৈ আহিছে ৷